Horoscope: দিনটোৰ ৰাশিফল

horoscope new 6

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ। অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। বিদ্যাত জটিলতা। প্রেমত শুভ।

বৃষ: কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা। বিদ্যাত শুভ।

মিথুন: সন্তোষজনক কাম-কাজত প্রতিভাৰ বিকাশ ঘটিব। গবেষণামূলক সন্তানৰ কৰ্ম তৎপৰতাই আপোনাক আনন্দিত কৰিব। নতুন প্রতিষ্ঠিত। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ। প্রেমত আনন্দ।

কর্কট: ভাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্ৰেমত সতর্ক হওক। পুৰণি ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা।

সিংহ: উচ্চপদস্থ কর্মচাৰীসকলৰ বাবে অনুকুল সময়। আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ।

কন্যা: আয় বৃদ্ধিৰ যোগ। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। মূৰৰ বিষয়ত দেহ কষ্ট পাব। প্রেমত মধ্যম।

তুলা: চাকৰিত পদোন্নতিৰ সম্ভাৱনা। নতুন কোনো উদ্যোগ বা ব্যবসায়- বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। প্ৰেমত প্ৰতাৰিত হ’ব।

বৃশ্চিক: কর্মস্থানত অধিক উন্নতিৰ আশা কৰিব পাৰে। আর্থিক উন্নতিত গুৰুস্থানীয় ব্যক্তিৰ সহায় পাব। চাকৰিয়ালৰ শুভ। প্ৰেমত বিবাহৰ যোগাযোগ।

ধনু: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কৰ্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব। প্রেমত উৎসাহ।

মকৰ : স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুশ্চিন্তা। কর্মক্ষেত্রত অধিক ব্যস্ততা বাঢ়িব। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাত শুভ।

কুম্ভ: কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি। ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা। আকস্মিক দুর্যোগ দুর্ঘটনাৰ দ্বাৰা অমংগল সূচিত হ’ব পাবে।

মীন: নতুন কর্মপ্ৰেৰণা পাব। যৌথ ব্যৱসায়ত আর্থিক লেনদেনৰ ক্ষেত্রত শুভ প্রভাৱ পৰিব। স্বামী-স্ত্রীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে |

Exit mobile version