Horoscope: দিনটোৰ ৰাশিফল

horoscope new 7

Horoscope: দিনটোৰ ৰাশিফল

মেষ: নতুন কোনো উদ্যোগ বা ব্যৱসায়- বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে।। চাকৰিত পদোন্নতিৰ সম্ভাবনা। প্রেমত প্ৰতাৰিত হ’ব ৷ শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

বৃষ: আর্থিক উন্নতিত গুৰুস্থানীয় ব্যক্তিৰ সহায় পাব। কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। চাকৰিয়ালসকলৰ শুভ। প্ৰেমত বিবাহৰ যোগাযোগ। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৬।

মিথুন: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব। প্রেমত উৎসাহ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কর্কট: কর্মক্ষেত্রত অধিক ব্যস্ততা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুশ্চিন্তা। প্ৰেমত সন্দেহৰ কাৰক। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

সিংহ: ব্যবসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি। আকস্মিক দুর্যোগ-দুর্ঘটনাৰ দ্বাৰা অমংগল হ’ব। প্রেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।

কন্যা: যৌথ ব্যৱসায়ত আর্থিক লেন-দেনৰ ক্ষেত্ৰত শুভ প্রভাৱ পৰিব। নতুন কর্মপ্রেৰণা পাব। শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ৪।

তুলা: অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ। প্রেম প্রণয়ত শুভ। বিদ্যাত জটিলতা। শুভ ৰং কমলা। শুভ সংখ্যা ২।

বৃশ্চিক: ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা। কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

ধনু: নতুন প্রতিষ্ঠিত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ। গৱেষণামূলক কাম-কাজত প্ৰতিভাৰ বিকাশ ঘটিব। সন্তানৰ কৰ্ম তৎপৰতাই আপোনাক আনন্দিত কৰিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।

মকৰ: ধনকষ্ট পাব দিনটোত। ভাই-ভনীৰ পৰা সমাদৰ পাব। পূৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে। প্ৰেমত সতর্কতা প্রয়োজন। বিদ্যাত বাধা। শুভ ৰং বগা। শুভ সংখ্যা ৫।

কুম্ভ: আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব। উচ্চপদস্থ কৰ্মচাৰীসকলৰ বাবে অনুকূল সময়। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৩।

মীন: আর্থিক দিশত জটিলতা নাই। আয় বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰোগত দেহ কষ্ট পাব। প্রেমত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

Exit mobile version