BJP Has Only 16 Per Cent Women Candidates in Lok Sabha Elections:দেশত লোকসভাৰ নিৰ্বাচনত বিজেপিৰ মহিলা প্ৰাৰ্থীৰ সংখ্যা মাত্র ১৬ শতাংশ

bjp women candidate

BJP Has Only 16 Per Cent Women Candidates in Lok Sabha Elections:

নতুন সংসদ ভৱন উদ্বোধনৰ পাছতে সংসদৰ বিশেষ অধিবেশন অনুষ্ঠিত হৈছিল আৰু এই অধিবেশনতে নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হৈছিল।এই আইনক যুগান্তকাৰী পদক্ষেপ অভিহিত কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কিন্তু লোকসভাৰ চলিত নির্বাচনত মহিলাক প্রাথিত্ব প্রদানৰ ক্ষেত্রত বিজেপিয়ে কোনো নতুন চমক দিবলৈ চেষ্টা নকৰিলে।

বর্তমানলৈকে নোকসভাৰ নির্বাচনৰ বাবে বিজেপিয়ে ৪৩৪ প্রার্থীৰ নাম ঘোষণা কৰিলে। এইসকল প্রার্থীৰ নাম আছে ৭০ গৰাকী মহিলা প্রার্থী। লোকসভাৰ এইবাৰৰ নির্বাচনত বিজেপিয়ে বর্তমানলৈকে মাত্র ১৬ শতাংশ মহিলাক টিকট দিলে। বিহাৰত লোকসভাৰ নির্বাচনত বিজেপি আৰু কংগ্ৰেছে এগৰাকী মহিলাকো দলৰ টিকট নিদিল।

Exit mobile version