Deadbody Recovered In Noonmati:নুনমাটিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

deadbody

Deadbody Recovered In Noonmati:

মহানগৰীৰ নুনমাটিত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷  নেপালী চ’কৰ এটা নলাত উদ্ধাৰ হয় এজন পুৰুষৰ মৃতদেহ
আনহাতে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহটো নলাৰ পৰা তুলি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছনমলৈ প্ৰেৰণ কৰে ৷

আনহাতে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত সন্দেহ কৰে যে এইয়া হত্যাকাণ্ড অথবা অত্যাধিক সুৰাপানত মৃত্যু হ’ব পাৰে । আৰক্ষীৰ ক্ষীপ্ৰ তদন্তহে পোহৰলৈ আনিব এইয়া হত্যাকাণ্ড নে অত্যাধিক সুৰাপানত মৃত্যু ।

Exit mobile version