Chhaygaon Visit Dr. Numal Momin:দক্ষিণ কামৰূপৰ ছয়গাঁৱত উপাধ্যক্ষ ডাঃ নোমল মমিণ

nomal momin image

Chhaygaon Visit Dr. Numal Momin

দক্ষিণ কামৰূপৰ ছয়গাঁৱত শনিবাৰে উপস্থিত হয় বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিণ ।

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গোৱালপাৰালৈ যোৱাৰ সময়ত ছয়গাঁৱৰ ননী গোপাল চাহ দোকানত চাহ খোৱাৰ সময়ত ৰাইজ আৰু সাংবাদিকৰ সৈতে মত -বিনিময় কৰে ।

 

 

Exit mobile version