Cm Visit chamata:নলবাৰীৰ চামতাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰাভিযান

cm

Cm Visit chamata:নলবাৰীৰ চামতাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰাভিযান

:নলবাৰীৰ চামতাত উপস্থিত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা। চামতাত উপস্থিত হৈ সম্বোধন কৰে বিশাল জনসভা মুখ্যমন্ত্রী গৰাকীয়ে।

আগন্তুক নিৰ্বাচনৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্রী গৰাকীয়ে। তাৰোপৰি দলীয় কাৰ্যকৰ্তা তথা সমৰ্থক সকলৰ সৈতে গীতৰ তালে তালে নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Exit mobile version