Large Quantity Of Foreign Liquor Seized in Nagaon:নগাঁৱত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা

liquar seized

Large Quantity Of Foreign Liquor Seized in Nagaon:

নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা । বৃহস্পতিবাৰে নগাঁও আবকাৰী বিভাগে বিশেষ সূত্ৰৰ পমখেদি ডিমৌত এখন ট্ৰাকত অৰ্তকিতে তালাচী চলাই জব্দ কৰে বুজন পৰিমাণৰ বিলাতী সুৰা ৷

জব্দকৃত ট্ৰাক খনত অবৈধভাৱে সৰবৰাহ কৰা হৈছিল সুৰাখিনি। ইতিমধ্যে ট্ৰাকখনৰ চালকক আটক কৰিছে আৰক্ষীয়ে ৷

Exit mobile version