Horoscope:ৰাশিফল

horoscope new 10

Horoscope:ৰাশিফল

মেষ: পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। প্রয়োজনীয় ক্ষেত্রত সেয়া সাবধানে চলক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব। শুভ ৰং বগা। শুভ সংখ্যা ১।

বৃষ: উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কর্মতো মন চঞ্চল হ’ব পাৰে। কোনো খবৰত বৰ সুখী নহ’ব। আর্থিকতো চিন্তা। প্রেমত শুভ। শুভ ৰং মুগা। শুভ সংখ্যা ৫।

মিথুন: আর্থিকৰ বাবে কৰা চেষ্টত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাতো চিন্ত কম যদিও ব্যস্ততা থাকিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

কর্কট: কার্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সম্মুখীন হ’লেও দুশ্চিন্তা নকৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

সিংহ: অধীৰ আগ্ৰহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল। বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। আবেলি কিছু উন্নত। শুভ ৰং কমলা। শুভ সংখ্যা-৬।

কন্যা: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান। ব্যৱসায়ত মধ্যম ফল পাব। শুভ ৰং ক্রীম। শুভ সংখ্যা ২।

তুলা: কৰ্মতৎৰতা বৃদ্ধি পাব। তাৰপৰা নতুন কৰ্মচাৰীয়ে প্রশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। বিদ্যাত উন্নতি। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

বৃশ্চিক: পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব। আর্থিক দিশত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৯।

ধনুঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। দাম্পত্যত তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৪।

মকৰ: মনত ফৰকাল নাৰাখিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্রমণত কষ্ট। শুভ ৰং ক’লা। শুভ সংখ্যা ৮।

কুম্ভ: নিজৰ ভাবমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। শুভ বিয়া-বাৰুৰ কথা-বতৰাত আগুৱাব। সুকুমাৰ কলা শিল্পত অনুকূল। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

মীন: কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক কিছু হ’লেও কৃতকাৰ্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং কমলা | শুভ সংখ্যা ৫।

Exit mobile version