Chirang Storm-Rain:চিৰাঙৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা-বৰষুণ, বিস্তৰ ক্ষতিসাধন

chirang

Chirang Storm-Rain:

চিৰাঙৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা-বৰষুণ।

নিশা সংঘটিত হোৱা এই ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন

প্ৰকাণ্ড গছ বাগৰি পৰে চাৰিচকীয়া বাহনৰ ওপৰত।

পথত প্ৰকাণ্ড গছ পৰাৰ বাবে যোগাযোগ ব্যাহত ৷
বিদ্যুত যোগান ব্যাহত

কথমপি প্ৰাণ ৰক্ষা বাহনত থকা যাত্ৰীৰ।

চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত সংঘটিত হয় এই ঘটনা।

Exit mobile version