Heroin Seized With Two Paddlar Arrested In Patharkandi:পাথাৰকান্দিত হে’ৰইন সহ সৰবৰাহকাৰীক আটক

heroin seized 2

Heroin Seized With Two Paddlar Arrested In Patharkandi:

পাথাৰকান্দিত হে’ৰইন সহ সৰবৰাহকাৰীক আটক | বিশেষ খবৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীয়ে কাবাবন্দি অঞ্চলত অভিযান চলাই ৩৫০.৯ গ্ৰাম ওজনৰ হে’ৰইন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে আলাব হুছেইন আৰু চুলতান আহমেদ নামৰ দুৰ্ধৰ্ষ সৰবৰাহকাৰী দুটাক ৷

জব্দকৃত হে’ৰইন খিনিৰ মূল্য ৫০ লাখৰো অধিক বুলি জানিব দিয়ে আৰক্ষীয়ে ৷ আনহাতে ধৃত সৰবৰাহকাৰী দুটাক অধিক তথ্যৰ বাবে পাথাৰকান্দিত আৰক্ষীয়ে জেৰা চলাইছে ৷

Exit mobile version