Fake Note Seized In Kamakhya:মহানগৰীৰ কামাখ্যা ৰে’ল জংচনত ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৫, ৭১,৫০০ নকল টকা

গ্ৰেপ্তাৰ দুই নকল নোট সৰবৰাহকাৰী

fake note seized yyy

Fake Note Seized In Kamakhya:

মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত আজি আৰ পি এফৰ অভিযানত জব্দ হয় ৫ লাখ ৭১হাজাৰ ৫০০ নকল টকা৷ লগতে গ্ৰেপ্তাৰ কৰা হয় দুই নকল নোট সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী দুটা হ’ল উদয় সিং পাটেল আৰু প্ৰদীপ কুমাৰ পাটেল ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰ পিএফে জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰী দুটাক।

Exit mobile version