Mysterious Death of Japrigog Youth in Meghalaya: মেঘালয়ত মহানগৰীৰ জাপৰিগোগৰ যুৱকৰ ৰহস্যজনক মৃত্যু

উমত্ৰুত উদ্ধাৰ জাপৰিগোগৰ জিন্টু দাসৰ মৃতদেহ

japarigog

Mysterious Death of Japrigog Youth in Meghalaya:

চুবুৰীয়া মেঘালয়ৰ উমত্ৰু নৈত উদ্ধাৰ গুৱাহাটীৰ জাপৰিগোগৰ যুৱকৰ মৃতদেহ। উৎকট গৰমৰ পৰা সাময়িক সকাহ লোৱাৰ উদ্দেশ্যৰে জাপৰিগোগৰ জিন্টু দাস নামৰ যুৱকজন সমনীয়াৰ সৈতে গৈছিল বৰ্ণিহাটলৈ ৷

তাত গৈ লগৰীয়াৰ স’তে উমক্ৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে ৷ ইতিমধ্যে এই ঘটনা সদৰি হোৱাৰ পাছতে জিন্টু দাস জাপৰিগোগৰ বাসগৃহ হুৱাদুৱা লাগে ৷ পৰিয়ালৰ লোক বৰ্ণিহাটত উপস্থিত হয় আৰু ইতিমধ্যে এছ ডি আৰএফৰ সহযোগত বৰ্ণিহাট আৰক্ষীয়ে উমক্ৰ নৈৰ পৰা উদ্ধাৰ কৰিছে জিন্টুৰ মৃতদেহ।

Exit mobile version