Accident In Guwahati:মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাজপথত ৰখাই থোৱা ডাম্পাৰত খুন্দা ট্ৰাকৰ, দুর্ঘটনাত থিতাতে মৃত্যু ট্রাক চালকৰ

accident

Accident In Guwahati:

গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাজপথত ৰখাই থোৱা ডাম্পাৰত খুন্দা ট্ৰাকৰ ৷ দুর্ঘটনাত থিতাতে মৃত্যু হয় ট্রাক চালকৰ ৷ Youth Killed After  Being Hit By Train In Ghagrapar:ঘগ্ৰাপাৰত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যুশিলচৰ অভিমুখী দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এ এছ ২৮ এ চি ০৪৫৭।

আনহাতে ডাম্পাৰখনৰ নম্বৰ এ এছ ০১ ডি ডি ৬৫৫৫। দুৰ্ঘটনাত থিতাতে নিহত ট্রাকচালকজনৰ নাম ৰেজাবুল ইছলাম। উল্লেখ্য যে,ট্রাকখন বৰপেটাৰ হাউলীৰ পৰা শিলচৰ অভিমুখে গৈ পথত সংঘটিত হয় দুৰ্ঘটনাটি ৷

Exit mobile version