Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: ব্যস্ততা বৃদ্ধিৰ বাবে সাজু হৈ থাকিব। বিশেষ কোনো কাৰণত যোগাযোগৰ দৰকাৰ হ’ব পাৰে। বন্ধুৰ পৰা সাৱধান। বাকী দিশত দুশ্চিতা নাই। বিদ্যাত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

বৃষ: পাৰিবাৰিক মাতৃ-পিতৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা। কর্মক্ষেত্রত নিজৰ দায়িত্ব বৃদ্ধি পাব। নতুন আশাৰে আনৰ লগত কথা পাতি আনন্দ পাব। শুভ ৰং বগা, শুভ সংখ্যা ৬।

মিথুন: দুষ্ট চক্ৰৰ ধন হানি হোৱাৰ যোগ। অধিক কৰ্মবোড। পাৰিলেও কিছু নিয়ন্ত্ৰণ কৰক। বন্ধু-বান্ধৱৰ লগত সম্ভাব বজায় ৰাখক। বাহ্যিক কথা কিছু মানসিক অস্থিৰতা। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ১।

কর্কট: সামুহিক দৃষ্টি খুব উন্নত দেখা নাযায়। কোনো সমস্যা, সমাধানৰ ক্ষেত্রত বাধা পাব। পেটৰ সামান্য আমনি। প্ৰান্তিৰ সম্ভাৱনা। ভ্রমণ যোগ। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৭।

সিংহ: নিজ কর্মত মনোযোগ দিয়ক। সামগ্রিক দিশত ভালেৰেই পাৰ হ’ব। ধন প্ৰাপ্তিৰ সম্ভাৱনা। কর্মস্থানত নতুন দায়িত্ব বৃদ্ধি পাব। যোগ্যজন পুৰস্কৃতল হোৱাৰ যোগ। শুভ ৰং কমলা, শুভ সংখ্যা ৪।

কন্যা: আর্থিক উন্নতিৰ মৃদু আভাব। ঘৰুৱা পৰিৱেশ শুভ। বন্ধুবর্গ বা কোনো আত্মীয়ৰ লগত লেন-দেন নকৰা ভাল। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

তুলা: আজিৰ দিনটো মোটামুটি বেয়া নাযায়। দৈহিক সুখ বৃদ্ধি কাৰকতা। কর্মক্ষেত্রত খ্যাতি লাভ কৰিব। ব্যৱসায়ত মনোবল অটুট ৰাখিব দাম্পত্যত অশান্তি। শুভ ৰং বগা, শুভ সংখ্যা ৪।

বৃশ্চিক: আর্থিক কামত আপোনাৰ ভালেই দেখা যায়। কিন্তু মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে। বিদ্যাত বেছি জটিলতা নাই। কর্মত নতুন যোগাযোগ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা-৪।

ধনু: দিনৰ সাত বজাৰ পৰা ব্যক্তিগত উদ্দেশ্যত ব্যস্ত হৈ পৰিব। অনাহক সমস্যাকে লৈ সময় নষ্ট নকৰিব। আৱেগক খুব কম স্থান দিয়ক। জ্ঞাতি কুটুম্বৰ লগত সুখ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

মকৰ দিনটো মধ্যম বুলি ধৰিব পাৰে। যোগাযোগৰ ইচ্ছুকৰ সফলতা। পিতৃ- মাতৃ তথা দম্পতীৰ ফালৰ পৰা মধ্যম। নতুন কামৰ সন্ধানত যোগ্যত্মক ফল। শুভ ৰং বগা, শুভ সংখ্যা ৮।

কুম্ভ: মন প্রায় ভাল থাকিব। বিদ্যাত যত্ন ল’ব লাগিব। প্রাপ্তিৰ সামান্য আশা। কামৰ বাবে সাময়িক বাধা। ৰাজনীতিবিদৰ সুযশ। শৰীৰ মধ্যম। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৫।

মীন: পাৰিবাৰিক উন্নতিৰ কাৰণে চেষ্টা ৰাখক। মধ্যম দিনৰ ফল মধ্যম প্ৰেমত মধ্যম। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮ ।

Exit mobile version