Amrit Pal Singh:ডিব্ৰুগড় জেলৰ পৰা অগ্ৰগতি পাঞ্জাৱৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ

১,২০,২৬৬ ভোটত অগ্ৰগতি খাডুৰ চাহাব সমষ্টিৰ পৰা

amrit paul singh

Amrit Pal Singh:

সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ থকা পাঞ্জাৱৰ এটা সংসদীয় সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্ব্বিতা কৰিছে অসমৰ ডিব্ৰুগড়ৰ জেলত কাৰাৰুদ্ধ হৈ থকা খালিস্থানী নেতা অমৃতপাল সিঙে

ৰাজ্যখনৰ খাডুৰ চাহাব আসনৰ পৰা পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা অমৃতপাল সিঙে ভোট গণনাত অব্যাহত থকা মাজত এই পৰ্যন্তলৈকে ১,২০,২৬৬ ভোটত অগ্ৰগতি লাভ কৰিছে।

উল্লেখ্য যে, সমষ্টিটোত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা কংগ্ৰেছ,আপৰ হাই প্ৰফাইল প্ৰাৰ্থীক পিছ পেলাই ক্ৰমাৎ অগ্ৰগতি দিশত অগ্ৰসৰ হৈছে কাৰাৰুদ্ধ ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী খালিস্তানী নেতা গৰাকী।

Exit mobile version