BIG BREAKING NEWS: লোকসভা নিৰ্বাচনৰ প্ৰথমটো ফলাফল ঘোষণা

kiren

BIG BREAKING NEWS:
লোকসভা নিৰ্বাচনৰ প্ৰথমটো ফলাফল ঘোষণা:

চুবুৰীয়া অৰুণাচল প্ৰদেশৰ অৰুণাচল ৱেষ্টত সংসদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ জয়লাভ ৷

কংগ্ৰেছৰ প্ৰাৰ্থী নাবাম টুকিক পৰাস্ত কৰি জয়ী হয় কিৰেণ ৰিজিজু ৷

Exit mobile version