Loksabha Election Result:লোকসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হাই প্ৰফাইল প্ৰাৰ্থীৰ শেহতীয়া ফলাফল:

election

Loksabha Election Result:লোকসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হাই প্ৰফাইল প্ৰাৰ্থীৰ শেহতীয়া ফলাফল:

অগ্ৰগতি লাভ কৰা হাইভল্টেজ প্ৰাৰ্থী সকল:

নাগপুৰত:কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
কোটাত :লোকসভাৰ অধ্যক্ষওম বিৰলা
বাৰাণসী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
গান্ধীনগৰত: গৃহমন্ত্ৰী অমিত শ্বাহ
ৰায়বৰেলী আৰু ৱায়ান্দত: ৰাহুল গান্ধী
হিমাচলৰ মাণ্ডী:কংগণা ৰানাৱট
হাইদৰাবাদত:AIMIM আছাৱুদ্দিন ওৱেছি
মথুৰাত:হেমামালিনী
লক্ষ্মৌত:প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

আনহাতে,পিছ পৰি থকা বিশেষ প্ৰাৰ্থী :
আমেঠিত:স্মৃতি ইৰাণী

Exit mobile version