horoscope new 13

Horoscope:ৰাশিফল

মেষ: ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। নিবনুৱাৰ কৰ্মপ্ৰাপ্তি হ’ব পাৰে। প্ৰেমত সুখ। শুভ ৰং কমলা।

বৃষ: উচ্চ পদস্থ বিষয়াৰ লগত সু-সম্পর্ক বজাই ৰাখিব। আয়ৰ ক্ষেত্ৰত অনুকূল। পাৰিবাৰিক অশান্তি। বিদ্যাত শুভ। শুভ ৰং ৰঙা।

মিথুন: সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব। ভ্রমণ হ’ব পাৰে। কোনো সংবাদ সংযোগত চিন্তিত হ’ব। বন্ধুবৰ্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে। শুভ ৰং হালধীয়া।

কর্কট: কন্যা সন্তানক লৈ চিন্তিত হ’ব। ফুৰা-চকাত সতর্ক হ’ব। উৎসাহজনক খবৰে আনন্দিত কৰিব। প্রেমত বাধা। শুভ ৰং নীলা।

সিংহ: কর্মসূত্রত ভ্রমণৰ যোগ আছে শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভত আনন্দ। আর্থিক ব্যয় বৃদ্ধি পাব। প্রেমত আনন্দ। শুভ ৰং সেউজীয়া।

কন্যা: আর্থিক অসুবিধা হ’ব পাৰে। বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ’ব। সন্তানৰ সুকৃতি দেখা যায়। প্রেমত বাধা। শুভ ৰং মেৰুণ।

তুলা: পৰোপকাৰ কৰিব যাওঁতে নিজে বিপদত পৰাৰ আশংকা বেছি। শৰীৰ মধ্যম। বিবাহ প্ৰাৰ্থীৰ বিবাহ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং কলা।

বৃশ্চিক: কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব। সন্তান সুখ। ভ্রমণত সাবধান হোৱা উচিত। উৎকণ্ঠা বাঢ়িব। বিদ্যাত মধ্যম। শুভ ৰং বগা।

ধনু: আপোনাৰ কৰ্মদক্ষতাৰ বাবে আনে প্রশংসা কৰিব। আর্থিকত আয়-ব্যয় সমান। বিদ্যাত শুভ। দাম্পত্যত মতানৈক্য। শুভ ৰং হালধীয়া।

মকৰ : কৰ্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব পাৰে। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। গৱেষকসকলৰ দায়িত্ব বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ বং সেউজীয়া।

কুম্ভ: নতুন কোনো পৰিকল্পনা হাতত ল’ব পাৰে। কর্মব্যস্ততা বৃদ্ধি পাব। প্ৰেমত প্ৰতাৰিত হ’ব পাৰে। সম্ভানক লৈ চিন্তা। শুভ ৰং নীলা।

মীন: আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। ভ্রমণ নকৰাই ভাল। প্ৰেম প্ৰণয়ত শুভ। সৰু-সুৰা অসুখ হ’ব পাৰে। শুভ ৰং কমলা।

Exit mobile version