Important Guidelines of the School Education Department:ৰাজ্যৰ শিক্ষক সমাজলৈ স্কুল শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

pegu

Important Guidelines of the School Education Department:

ৰাজ্যৰ শিক্ষক সমাজলৈ স্কুল শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

👉প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় শিক্ষাসে‍তু প’ৰ্টেলত কৰিব লাগিব আপলোড ৷

👉নিৰ্ধাৰিত সময়ত উপস্থিতিৰ সময় আপলোড প্ নকৰিলে কৰ্তন কৰা হ’ব দৰমহা।

👉একেদৰে নিৰ্ধাৰিত সময়তকৈ ১৫ মিনিটৰ পলম হ’লে বা নিৰ্ধাৰিত সময়ৰ পূৰ্বে বিদ্যালয় এৰিলে উক্ত দিনটো নৈমিত্তিক ছুটী হিচাপে গণ্য কৰা হ’ব ৷
👉এমাহত দুবাৰতকৈ বেছি দিন উল্লিখিত নিৰ্দেশনা অমান্য কৰিলে স্কুল শিক্ষা বিভাগে বিহিত ব্যৱস্থা
গ্ৰহণ কৰিব ৷

👉শিক্ষা বিভাগৰ এই নতুন নিৰ্দেশনাক লৈ বিপাঙত পৰিছে ৰন্ধন কৰ্মী সকল ৷

👉নামমাত্ৰ মাননী পায় ৰন্ধন কৰ্মীয়ে ৷

👉শিক্ষা বিভাগৰ এই নতুন নিৰ্দেশনাক লৈ শিক্ষক সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ৷

Exit mobile version