Rahul Gandhi was elected Leader of the Opposition at the CWC Meeting:চি ডব্লিউ চিৰ বৈঠকত লোকসভাৰ বিৰোধী দলৰ নেতা নিৰ্বাচিত ৰাহুল গান্ধী

rahul gandhi

Rahul Gandhi was elected Leader of the Opposition at the CWC Meeting:

👉নতুন দিল্লী কংগ্ৰেছ ৱকিং কমিটিৰ বৈঠক ৷

👉কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পৌৰোহিত্যত অনুষ্ঠিত চি ডব্লিউ চিৰ বৈঠক ৷

👉বৈঠকত লোকসভাৰ বিৰোধী দলৰ নেতা নিৰ্বাচিত হয় ৰাহুল গান্ধী।

👉ডব্লিউ চিৰ বৈঠকত এই সিদ্ধান্ত কংগ্ৰেছ নেতৃত্বৰ।

👉বৈঠকৰ অন্তত কংগ্ৰেছৰ সা:সম্পাদক কে চি বেণুগোপালৰ মন্তব্য

👉সংসদত নেতৃত্ব দিবলৈ ৰাহুল গান্ধীয়েই সবাতোকৈ যোগ্য ৷

Exit mobile version