Body Was Found on the Footpath of Paltan Bazar Railway Station:মহানগৰীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ পদপথত উদ্ধাৰ মৃতদেহ

কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰে'ল ষ্টেচনৰ পদপথতে আছিল লোকজন

railway

Body Was Found on the Footpath of Paltan Bazar Railway Station:

মহানগৰীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ পদপথত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃতদেহটো পৰিচয় বিহীন এজন লোকৰ ৷

উল্লেখ্য যে ,চাৰিদিন পূৰ্বে অৰুণাচলৰ টাৱাঙৰ পৰা আহি লোকজনে গুৱাহাটীতে আছিল আৰু কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰে’ল ষ্টেচনৰ পদপথতে আছিল ৷

ৰে’ল আৰক্ষীয়ে সন্দেহ কৰা মতে অসুস্থ হৈ মৃত্যু হয় লোকজনৰ । ইতিমধ্যে ৰে’ল আৰক্ষীয়ে মৃতদেহটো জি এম চি এইচত ম’গত ৰখাৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version