Mohan Charan Majhi will be the new Chief Minister of Odisha:মোহন চৰণ মাঝি হ’ব ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী

cm odisha

Mohan Charan Majhi will be the new Chief Minister of Odisha:

👉মোহন চৰণ মাঝি হ’ব ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী ।

👉বিধায়িনী দলৰ বৈঠকত বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত মোহন চৰণ মাঝি ।

👉৫২ বছৰীয়া মাঝি কেওনঝাৰ সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হয় ৷

👉কে ভি সিং দেও আৰু প্ৰভাতী উপ- মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত।

👉প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰ্যবেক্ষণত হৈছিল বিধায়িনী সভা।

👉বুধবাৰে ওড়িশাত প্ৰথমবাৰৰ বাবে বিজেপিৰ নতুন চৰকাৰে ল’ব শপত ৷

👉ভূবেনেশ্বৰৰ জনতা মৈদানত হ’ব শপত গ্ৰহণ ৷

👉উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,ওড়িশাৰ বিদায়ী মুখ্যমন্ত্ৰী নবীন পাটনায়ক সহ কে’বাজনো কেন্দ্ৰীয় মন্ত্ৰী ।

Exit mobile version