Chandrababu Naidu Andha Pradesh Cm Oath Taking:অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চন্দ্ৰবাবু নাইডুৱে।

দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয় অভিনেতা পৱন কল্যাণে উপ- মুখ্যমন্ত্ৰী ৰূপে ল'লে শপত,কেবিনেট মন্ত্ৰী ৰূপে শপত লয় চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশে

cm 1

Chandrababu Naidu Andha Pradesh Cm Oath Taking:

👉অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চন্দ্ৰবাবু নাইডুৱে।

👉চতুৰ্থ বাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডু ।

👉দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয় অভিনেতা পৱন কল্যাণে উপ- মুখ্যমন্ত্ৰী ৰূপে ল’লে শপত ৷

👉পৱন কল্যাণ জনসেনা পাৰ্টিৰ মুৰব্বী ৷

👉পৱন কল্যাণ প্ৰথমবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয় ৷

👉কেবিনেট মন্ত্ৰী ৰূপে শপত লয় চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশে ৷

👉শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী।

👉শপতগ্ৰহণৰ পাছতে নাইডুক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।

Exit mobile version