Ambubachi Mela:অম্বুবাচীৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ কামৰূপ মহানগৰ বিদ্যালয় পৰিদৰ্শকৰ

kamakhya

Ambubachi Mela:অম্বুবাচীৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ কামৰূপ মহানগৰ বিদ্যালয় পৰিদৰ্শকৰ

👉 ২২-২৬জুনলৈ কামাখ্যা দেৱালয়ত আৰম্ভ হ’ব অম্বুবাচী মেলা।

👉অম্বুবাচীৰ সয়মত বিদ্যালয় সমূহত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ কামৰূপ মেট্ৰ’ৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰীৰ ৷

👉অম্বুবাচী মেলাৰ বাবে কামৰূপ মেট্ৰ’ জিলাত সাময়িকভাবে স্থগিত প্ৰথম গোট পৰীক্ষা ।

👉যিবিলাক শিক্ষানুষ্ঠানে ইতিমধ্যে পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে সেইসমূহ বিদ্যালয়ক পৰীক্ষাৰ সময়সূচী পুনৰ প্ৰস্তুত কৰিবলৈ আহ্বান।

👉কামৰূপ মহানগৰ প্ৰশাসনৰ নিৰ্দেশনা অনুযায়ী কামৰূপ মহানগৰ জিলা বিদ্যালয় পৰিদৰ্শকে জাৰি কৰিলে এই নিৰ্দেশনা।

Exit mobile version