horoscope new 13

Horoscope:দিনটোৰ ৰাশিফল

মেষ: উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ। দেহ ভাল বুলি ক’ব পাৰি। হেৰুৱা সম্পদ পুনঃ প্রাপ্তি। সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।

বৃষ: বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভব। শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

মিথুন: অপ্রত্যাশিতভাবে ধন লাভৰ যোগ আছে। কর্মসূত্রত ভ্রমণ যোগ। নতুন উৎসাহজনক খবৰে আনন্দিত কবিব। মনত হতাশা। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

কর্কট: পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰা মৰ্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম। বিদ্যাত শুভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৭।

সিংহ: কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে। কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে। শৰীৰ মধ্যম। প্ৰেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা-৫।

কন্যা: বাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব। দুই এটা ‘কামত বাধাৰ কাৰকতা। দাম্পত্যত মতানৈক্য। বিদ্যাত জটিলতা। শুভ ৰং গেৰুৱা বগা। শুভ সংখ্যা ৩।

তুলা: কর্মক্ষেত্রত শান্তিবে কাম কৰিব পাৰিব। আর্থিকত ভালেই দেখা যায়। বিদ্যাত শুভ ফল। প্রেমত বুজা-বুজি। শুভ ৰং ৰঙা।

বৃশ্চিক: জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক। আর্থিকত অসুবিধা পাব পাৰে। ফুৰা-চকাত সর্তক হ’ব। বিদ্যাত বিশৃংখলা। শুভ ৰং বগা। শুভ সংখ্যা ৯।

ধনু : ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। নিবনুৱা কর্ম প্রাপ্তিৰ যোগ। দাম্পত্যত শুভ ফল। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

মকৰ: চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। কর্মত নতুন পৰিকল্পনাত – উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ্য। প্রেমত বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

কুম্ভ: পুৰণা মামলা মোকদমাৰ নিস্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত ‘সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্রেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ১।

মীন: আর্থিক উন্নতি। যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি। মানসিক – অৱস্থা বিশেষ ভাল নাযাব পাৰে। প্ৰেমত শুভ ফল। শুভ ৰং বগা। শুভ সংখ্যা ৩।

Exit mobile version