Jorhat Heroin Seized With Paddlar Arrested:যোৰহাটত দুই সৰবৰাহকাৰী সহ বুজন পৰিমাণৰ হেৰ’ইন জব্দ

jorhat

Jorhat Heroin Seized With Paddlar Arrested:

যোৰহাটত জব্দ বুজন পৰিমাণৰ হেৰ’ইন । যোৰহাট আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি চোলাধৰাৰ এটা ভাৰাঘৰত অৰ্তকিতে অভিযান চলাই জব্দ কৰে প্রায় ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন।

হেৰ’ইন খিনি স’তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন সৰবৰাহকাৰী ৷ ধৃত লোক কেইজন হ’ল বাবা হাজৰিকা আৰু সুশীল কুমাৰ ৷

Exit mobile version