Kanchanjunga Express Tragedy:পশ্চিমবংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত ৷

মালবাহী ৰে'লে খুন্দিয়ালে কাঞ্চনজংঘা এক্সপ্ৰেছক , নিহত হয় ১৫ জন আৰু আহত ৬০ গৰাকী

r.accident

Kanchanjunga Express Tragedy:

পশ্চিমবংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত ৷

মালবাহী ৰে’লে খুন্দিয়ালে কাঞ্চনজংঘা এক্সপ্ৰেছক ৷

নিহত হয় ১৫ জন আৰু আহত ৬০ গৰাকী।

গুৱাহাটীৰ পৰা দেওবাৰে নিশা ১০-৫০ বজাত ৰাওনা হৈছিল কাঞ্চনজংঘা এক্সপ্ৰেছ ৷

গুৱাহাটী,নলবাৰী বৰপেটা,হোজাই,লামডিং আৰু লংকাৰ বহুযাত্ৰী আছিল ৰে’ল খনত।

পোহৰলৈ আহিছে দুৰ্ঘটনাৰ কাৰণ ৷

প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত নিহত সকললৈ দুই লাখ আৰু আহতলৈ ৫০ হেজাৰ টকাৰ সাহায্য ঘোষণা কৰে ৷

কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত শোকপ্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷

ৰে’ল দুৰ্ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷

Exit mobile version