RahulGandhi:ছোনীয়া তনয় ৰাহুল গান্ধীয়ে কেৰেলাৰ ৱায়নাড সংসদীয় সমষ্টি ত্যাগ কৰিব

rahul

RahulGandhi:

ছোনীয়া তনয় ৰাহুল গান্ধীয়ে কেৰেলাৰ ৱায়নাড সংসদীয় সমষ্টি ত্যাগ কৰিব ৷

অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সম্পৰ্কীয় লোৱা হয় সিদ্ধান্ত ৷

অৱশ্যে ৰায়বৰেলীৰ সাংসদ হৈ থাকিব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ৷

ৱায়নাডৰ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা ৷

Exit mobile version