78 Indian Pilgrims Die During Hajj Dueto Exlreme Heat Death Toll Rises To 600: তীব্ৰ গৰমত মৃত হজযাত্ৰীৰ সংখ্যা ৬০০লৈ বৃদ্ধি

মৃত্যু ৬৮ ভাৰতীয়ৰ

hojj777

78 Indian Pilgrims Die During Hajj Dueto Exlreme Heat Death Toll Rises To 600:

প্ৰবল গৰম আৰু তাপপ্ৰৱাহৰ ফলত মক্কাত হজযাত্ৰীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ইতিমধ্যে দেশখনৰ কূটনৈতিক বিভাগে সদৰী কৰা অনুসৰি বৰ্তমান পর্যন্ত হজযাত্রাত অংশ লোৱা ৬৪৫ জন হজযাত্ৰীৰ মৃত্যু হ’ল।

মৃতকৰ মাজত ৬৮ জন ভাৰতীয় হজযাত্রীও আছে। ছৌডি চৰকাৰে উল্লেখ কৰা অনুসৰি গৰমজনিত অসুস্থতাৰ কাৰণত এইসকল হজযাত্রীয়ে প্রাণ হেৰুৱালে। সর্বাধিক ৩২৩ জন ইজিপ্তৰ আৰু জর্দানৰ ৬০ জন হজযাত্রীয়ে প্রাণ হেৰুৱালে। যোৱা বছৰৰ হজযাত্ৰাত ২০০ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছিল।

Exit mobile version