Woman Arrested with Ganja in Narengi:মহানগৰীৰ নাৰেংগীৰ লালাবস্তিত গাঞ্জাসহ গ্ৰেপ্তাৰ মহিলা

জব্দ ১.৫৭১ কেজি গাঞ্জা

nnonmati police thana

Woman Arrested with Ganja in Narengi:

মহানগৰীৰ নুনমাটি আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ গ্ৰেপ্তাৰ এগৰাকী মহিলা

গোপন খবৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত নাৰেংগীৰ লালাবস্তিত চলাইছিল অভিযান ৷ অভিযানত এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় ১.৫৭১ কেজি গাঞ্জা ৷ এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক ৷ অধিক তথ্যৰ বাবে ইতিমধ্যে ধৃত মহিলা গৰাকীক জেৰা চলাইছে নুনমাটি আৰক্ষীয়ে ৷

Exit mobile version