Elephants infest the parking lot in front of Janata Bhawan:জনতা ভৱনৰ সন্মুখৰ পাৰ্কিঙত পোহনীয়া হাতীৰ তাণ্ডৱ

elephant88

Elephants infest the parking lot in front of Janata Bhawan:

➡️জনতা ভৱনৰ সন্মুখৰ পাৰ্কিঙত পোহনীয়া হাতীৰ তাণ্ডৱ ৷

➡️হঠাতে উন্মাদ হৈ পৰা হাতীটোৱে পাকিঙৰ ৷
➡️কে’বাখনো বাহন ভাঙি কৰিলে তচনচ ৷
➡️ৰাম নামৰ হাতীটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত কুমাৰ ৰাভা নামৰ মাউত জন ৷

➡️মনিমালা নামৰ আন এটা পোহনীয়া হাতীৰ মাউত আছিল ৰাভা ৷

➡️ৰাভাক ইতিমধ্যে ভৰ্তি কৰা হৈছে জিএমচিএইছত ৷

➡️ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক ৷
➡️ৰামুক গা ধোৱাবলৈ আহোতেই আক্ৰমণ কৰে মাউত ৰাভাক ৷

➡️হাতীটোক শান্ত কৰাৰ চেষ্টা মাউত আৰু বনকৰ্মীৰ ৷
➡️পোহনীয়া হাতীটো পাকিঙৰ সমীপৰে দাদুল চৌধুৰী নামৰ লোক এজনৰ ৷

➡️অৱশেষত হাতীটোক কৰা হ’ল ট্ৰেংকুইলাইজ ৷

Exit mobile version