Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: আর্থিক দিশত বেছি বাধা নাপাব। দৈহিক দিশত বিষ-বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান। শুভ ৰং ৰঙা।

বৃষ: কৰ্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে, দিনটোত আর্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লোৱা আৱশ্যক। শুভ ৰং সেউজীয়া।

মিথুন: শৰীৰ প্ৰায় অনুকূলমুখী। বিদ্যাত যত্নবান হওক, অযথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিকত শুভ ফল পাব, ব্যৱসায়ত মধ্যম উন্নতি। সন্তান সম্ভৱা মহিলাসকল সাৱধান থাকিব। শুভ ৰং নীলা।

কর্কট: ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্রত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব। শুভ ৰং ক’লা।

সিংহ: আর্থিক বাধা নাপাব, শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং মেৰুণ।

কন্যা: দিনটো উন্নত নহ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। দাম্পত্যত শুভ। শুভ ৰং হালধীয়া।

তুলা: একাধিক কথাত মন বিক্ষিপ্ত থাকিব। কৰ্ম স্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। প্ৰেমত বাধা৷ ঘৰুৱা শুভ। শুভ ৰং সোণালী।

বৃশ্চিক: পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায়। ভ্রমণ কৰিব পাৰে। পৰা পক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ। শুভ ৰং কমলা।

ধনু: ব্যৱসায়ত মধ্যম। শাৰীৰিক দিশত দুর্বলতা থাকিব। সন্তানৰ শুভ। প্ৰেমত অস্থিৰতা থাকিব। দাম্পত্যত মধ্যম। শুভ ৰং গুলপীয়া।

মকৰ : কৰ্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব। আর্থিকত বেয়া নহ’ব। প্রেম প্রীতিত আন্তৰিকতা। শুভ ৰং বগা।

কুম্ভ: দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানৈক্য সৃষ্টি। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া।

মীন: ঘৰুৱা পৰিৱেশ অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰি । শৰীৰ বেয়া নাযাব। প্রেমত শুভ। শুভ ৰং ক’লা।

Exit mobile version