Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: মানসিক কষ্ট বাঢ়িব পাৰে। ঘৰৰ পৰা কিছু মূল্যৱান সামগ্রী হেৰুৱাব পাৰে। বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা। ব্যৱসায়ৰ বাবে চিন্তা বৃদ্ধি। শুভ ৰং মাখন, শুভ সংখ্যা ২।

বৃষ: আপোনাৰ কোনো ব্যৱহাৰত আনৰ বেয়া লাগিব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্য অসুস্থ হোৱাৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৫।

মিথুন: ব্যৱসায়ত নতুন কামৰ শুভ সূচনা আহিব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। চাকৰিৰ স্থান সলনি হ’ব পাৰে। প্ৰিয়জনৰ লগত শান্তি অনুভৱ কৰিব। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৪।

কর্কট: হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। কর্মস্থানত অতিৰিক্ত ক্রোধৰ বাবে বিবাদ হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

সিংহ: পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। চাকৰিয়ালৰ পদোন্নতিত বাধা আছে। আনক আনন্দ অনুভৱ কৰাব খোজোতে নিজে দুখত পৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।

কন্যা: স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক। চাকৰিৰ স্থানত কোনো মহিলাৰ লগত নতুন বন্ধুত্ব হ’ব পাৰে। যান-বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।

তুলা: অচিনাকি ব্যক্তিৰ পৰা প্ৰতাৰিত হোৱাৰ আশংকা। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত আইনী সুৰক্ষা পাব। প্রতিযোগিতামূলক কামত জয় লাভ হ’ব। শুভ বং নীলা, শুভ সংখ্যা ৭।

বৃশ্চিক: সামাজিক সুনাম হানি হোৱাৰ আশংকা। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ ফল পাব। ব্যৱসায়ত শুভ ফল পাব। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং বগা, শুভ সংখ্যা ২।

ধনু: কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক। নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব। অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ লাভ কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

মকৰ: পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত ভাল ফল পাব। ব্যবসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। দিনটোত ‘ব্যৱসায়ীসকলে লেন-দেন কৰোতে সাৱধান হ’ব। শুভ ৰং হালধীয়া,

শুভ সংখ্যা ৭। কুম্ভ: দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনো যোগাযোগত উৎসাহিত হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেন- * দেন নিজৰ হাতেৰে কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

মীন: আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মত বিৰোেধ হোৱাৰ আশংক্ষা। বন্ধুবৰ্গৰ প্ৰতি সাৱধান হওক। শুভ বং মাটিয়া, শুভ সংখ্যা ৭।

Exit mobile version