Pilgrimage to Amarnath Starts Today:আজিৰে পৰা আৰম্ভ অমৰনাথ তীর্থযাত্রা

amarnath 1

Pilgrimage to Amarnath Starts Today:

➡️আজিৰে পৰা আৰম্ভ অমৰনাথ তীর্থযাত্রা |

➡️হিংসাজৰ্জৰিত কাশ্মীৰত তীৰ্থযাত্ৰাৰ বাবে গঢ়ি তোলা হৈছে নিৰাপত্তা বাহিনীৰ কটকটীয়া বেষ্টনী ৷

➡️২৯ জুনত তীৰ্থযাত্ৰীৰ প্ৰথমটো দলে দৰ্শন কৰিব অমৰনাথ বৰফাবৃত শিৱলিংগ ৷

➡️সাগৰ পৃষ্ঠৰ পৰা ৩,৮৮৮ মিটাৰ উচ্চতাৰ হিমালয়ত অৱস্থিত অমৰ নাথ গুহা ৷

➡️পাহলগামৰ পৰা তীৰ্থযাত্ৰীসকলে প্ৰায় ৪৬ কিলোমিটাৰ পৰ্বতীয়া পথৰে ট্ৰেকিং কৰি পাব গুহাটো ৷

➡️যাত্ৰাপথত তীৰ্থযাত্ৰী সকলে অতিক্ৰম কৰিব চন্দনৱৰী, শেষনাগ, পঞ্চতৰ্ণী আদি অঞ্চল ৷

Exit mobile version