Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

বৃষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।

মিথুন: সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব। ব্যৱসায়-বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব। বিদ্যাত জটিলতা দেখা দিব। সৰু-সুৰা ভ্রমণ আছে। শুভ ৰং বগা। শুভ সংখ্যা ১।

কর্কট: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন শুভ ৰং বেঙুণীয়া। শুভ আদায় কৰিব পাৰিব। কৰ্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব। প্রেমত বাধা। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

সিংহ: যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অৰ্থলাভৰ যোগ। পাৰিবাৰিক শুভ। প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা-২।

কন্যা: পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱা সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বে-চৰকাৰী চাকৰিয়াৰ্ল সকলে কর্মক্ষেত্রত বাধা পাব পাৰে। শুভ ৰং পাতল বগা। শুভ সংখ্যা ৭।

তুলা: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্ৰা কৰিব পাৰে। আপোনাৰ শুভ ৰং সেউজীয়া। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ ৰং বগা। শুভ সংখ্যা ৩।

বৃশ্চিক: অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য। যান-যাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

ধনু: বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

মকৰ : এই সময়ত লেন-দেনৰ কামত জড়িত নথকাই ভাল। কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত যোেগ ঘাঢ়িব। প্রেমত সমস্যাৰ সন্মুখীন হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কুম্ভ: ভাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্ৰেমত সতর্ক হওঁক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

মীন: ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব। ‘যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা শুভ সংখ্যা ৩।

Exit mobile version