Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: কর্মক্ষেত্রত জটিলতা বাঢ়িব। উৎকণ্ঠাৰে দিনটো পাৰ হ’ব। প্রেমত শুভ, মনৰ দৃঢ়তা বাঢ়িব। নীল ৰং শুভ, শুভ সংখ্যা ৪।

বৃষ: দুষ্ট লোকৰ পৰা আঁতৰত থাকক, ধনৰ আগমনৰ যোগ, দুচিন্তা কমিব, শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।

মিথুন: নতুন যোগাযোগে আনন্দ দিব। বাহন ক্ৰয় কৰিব পাৰিব। কোনো নতুন কর্ম সংস্থাপন যোগ আছে, শুভ ৰং সোণালী, শুভ সংখ্যা ৩।

কৰ্কট : নিজৰ কৃতিত্ব অটুট থাকিব। শৈশবৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিব কৰ্মক্ষেত্ৰত মধ্যম। ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰি আনন্দিত হ’ব। গেৰুৱা ৰং শুভ, শুভ সংখ্যা ৪।

সিংহ: অবাবত ধন অপচয় হ’ব পাৰে, মনৰ সাহস আৰু উন্নতি বাঢ়িব। আনৰ প্ৰতি দায়বদ্ধতা বাঢ়িব। কর্মক্ষেত্রত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ১।

কন্যা: কৰ্মত ভৱিষ্যতৰ আশা দেখিবলৈ পোৱা যায়। দাম্পত্যত মধ্যম, মূল্যৱান সম্পদ লাভ কৰিব পাৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯।

তুলা: দক্ষতা বৃদ্ধি পাব, পুৰণি সমস্যা সমাধান হ’ব। বিদ্যাত শুভ, ভ্রমণত শুভ। নীলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৫।

বৃশ্চিক: কর্মস্থানত মধ্যম, অন্যৰ ওপৰত নিৰ্ভৰ নকৰিব। পতি-পত্নীৰ মাজত বিৰোধী হ’ব পাৰে। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

ধনু: মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বন্ধুবৰ্গৰ সংগই আপোনাৰ ক্ষতিসাধন কৰিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৯।

মকৰ : দিনটো সাৱধানে চলক, নতুন যোগাযোগত উৎসাহিত হ’ব, ফুৰা- চকা কৰোতে অলপ সাৱধান হওক। যান-বাহনৰ পৰা আঁতৰত থাকক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

কুম্ভ: বিদ্যাত মধ্যম ফল পাব। দুৰ যোগাযোগত বাধাপ্রাপ্ত হ’ব পাৰে। বিয়াৰ সংযোগ, মেৰুণ শুভ ৰং, শুভ সংখ্যা ৭।

মীন: শাৰীৰিক আৰু মানসিক অশান্তি বাঢ়িব। কর্মক্ষেত্রত কিছু বাধা আছে। প্রেম আৰু দাম্পত্যত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

Exit mobile version