Ban on Entry of vehicles from Bhangagarh to Rajgarh due to artificial flooding on the Rajgarh Road:ৰাজগড় পথত কৃত্ৰিম বানৰ বাবে ভঙাগড় উৰণ সেঁতুৰ পৰা ৰাজগড় -বিহুতলী অভিমুখে যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ

pcg

Ban on Entry of vehicles from Bhangagarh to Rajgarh due to artificial flooding on the Rajgarh Road:

➡️নেৰানেপেৰা বৰষুণত কৃত্ৰিম বানৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষীৰ বিশেষ সিদ্ধান্ত।

➡️ৰাজগড় পথত কৃত্ৰিম বানৰ বাবে ভঙাগড় উৰণ সেঁতুৰ পৰা ৰাজগড় -বিহুতলী অভিমুখে যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ।

➡️কৃত্ৰিম বান হ্ৰাসৰ পাছতহে দিয়া হ’ব যান-বাহন চলাচলৰ অনুমতি।

➡️নাগৰিকসকলক সহযোগ কৰিবলৈ অনুৰোধ আৰক্ষী আয়ুক্তৰ।

Exit mobile version