Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: কৰ্ম তৎপৰতা থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে। ব্যৱসায়ীসকলে কোনো সম্ভাব্য যোগাযোগৰ বাবে চেষ্টা কৰি চাব পাৰে। প্ৰেমত মতবিৰোধ। বিদ্যাত উৎসাহ।

বৃষ: উদ্বেগৰ মাজেৰে আপুনি কর্মও আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব। বিদ্যার্থীৰ বাবে শুভাশুভ। কর্মসমন্বীয় কামত কষ্টেৰে প্ৰগতি কৰিব।

মিথুন: কোনো কাৰণত বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাতো বেয়া নহ’ব। ব্যৱসায়-বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি।

কর্কট: আর্থিকত বাধা কম পাব। কিন্তু কোনোরে কর্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰো মধ্যম। পাৰিবাৰিক শুভ।

সিংহ: মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব। কর্মস্থানত স্বচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো কক্ষ ব্যৱহাৰ নকৰিব।

কন্যা: আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যার্থীৰ কিছু বেমেজালি আহিব পাৰে। প্রেমত শুভ। দাম্পত্যত সাধাৰণ মতান্তৰ।

তুলা: আর্থিক দিশত প্রয়োজনীয় সম্পদৰ বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্ৰ যোগৰ আশা। বিয়াবাৰুৰ সংযোগ।

বৃশ্চিকঃ নিৰাশ কৰ্ম চিন্তা, ভ্ৰমণাদিৰ যোগ থাকিব। কোনো অপৰাধীৰ কথাত মনত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযোগ পাব। পাৰিবাৰিক শুভ।

ধনুঃ অস্থিৰ চিন্তা বাদ দিয়াটো ভাল। চকুৰ আমনি দেখা যায়। কর্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। দাম্পত্যত সিমান আনন্দ নাথাকিব। বিদ্যাত শুভ।

মকৰ : কৰ্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্রাপ্য সুযোগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল। ভ্রমণত লাভজনক ফল কম।

কুম্ভ: শিল্প কলাত পাৰদৰ্শিতা থাকিব। আৰ্থিক দিশত খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কাৰতা। দূৰ ভ্ৰমণৰ যোগ।

মীন: হাতত লোৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপোনাৰ ভদ্ৰতাৰ বাবে অনুকুলতাৰ প্ৰভাৱ পেলাব। নতুন কোনো আশা পূৰণ হ’ব।

Exit mobile version