Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: ৰাতিপুৱা ভালেই যাব যদিও আবেলি ভাগত কর্মক্ষেত্রত সহযোগিতাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱাত উন্নতি। শুভ ৰং কমলা।

বৃষ: দিনটো মজলীয়া হ’লেও সাৱধানেৰে পাৰ কৰক। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। প্রেম-প্রণয়ত বেছি আবেগিক নহ’ব। শুভ ৰং নীলা।

মিথুন: ভাবি-চিন্তি অচিনাকি মানুহৰ লগত কথা কওক নহ’লে বিপদত পৰিব পাৰে। সন্তানৰ শৰীৰ ভালে নাযাব। ঘৰুৱাত মধ্যম ফল আশা কৰিব পাৰে। শুভ ৰং আকাশী।

কৰ্কট : কৰ্মৰ ওপৰত বিশ্বাস ৰাখক দিনটো ভালেৰে পাৰ হ’ব। মামলা- মোর্কদমাত জয়লাভ। ব্যৱসায়ীসকলৰ নতুন পদ খুলিব। বিদ্যার্থীৰ মনোবাঞ্ছা পূৰণ হব ৷শুভ ৰং বগা। নাই।

সিংহ: আর্থিক উন্নতিত বাধা। গতানুগতিক কামত বেছি বাধা দ্রব্য লাভ। বিবাহৰ ক্ষেত্ৰত থকা বাধা আঁতৰি যাব। শুভ ৰং বগা।

কন্যা: ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। পত্নীৰ সহযোগিতা লাভ কৰিব। প্রতিষ্ঠিত ব্যৱসায়ীৰ বাবে দিনটো শুভ। ঘৰুৱাত অশান্তিৰ সৃষ্টি। শুভ ৰং নীলা।

তুলা: নতুন কোনো সৎলোকৰ লগত সাক্ষাৎ। কর্মাদিত শৃংখলা অটুট থাকিব। নিজৰ শৰীৰ প্ৰতি যত্ন লওক বিদ্যার্থীয়ে মজলীয়া ফল লাভ কৰিব। শুভ ৰং সেউজীয়া।

বৃশ্চিক: চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বন্ধুৰ পৰা সহানুভূতি লাভ। ঘৰুৱাত মোটামুটি শুভ। প্রেম-প্রণয়ত সামাজিক অপবাদ। শুভ ৰং বগা।

ধনু: আর্থিক দিশত আয়তকৈ ব্যয় বৃদ্ধি পাব। অলাগতীয়াল কথাত কাণ নিদিয়াই ভাল। ঘৰুৱাত সন্দেহ ভাব ঘূর্ণীভূত হ’ব পাৰে। শুভ ৰং ক’লা।

মকৰ : দুপৰীয়াৰ সময়ত আঘাত পাব পাৰে। ঘৰত আলহীৰ সমাগম। দোঁতৃত মনোমত পৰিৱেশ আশা কৰিব পাৰে। শুভ ৰং ৰঙা।

কুম্ভ: মনৰ স্থিৰতা বজাই ৰখা দৰকাৰ। শৰীৰ ভালেই যাব। নিবনুৱাসকলে চাকৰি বিচাৰি পাব। বিদ্যাৰ্থীৰ কাৰণে দিনটো অনুকূল। শুভ ৰং গুলপীয়া।

মীন: ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰি। বৈবাহিত জীৱনত বাধা থাকিব। দৈহিক ক্ষেত্ৰত শুভ। বিদেশ যাত্ৰাৰ সম্ভাৱনা। শুভ ৰং বগা।

Exit mobile version