New record in visiting Amarnath:
অমৰনাথ তীর্থযাত্রাত এইবাৰ অভিলেখ সংখ্যক ভক্তই অংশ লৈছে। ইতিমধ্যে অমৰনাথৰ বাবা বৰ্ফানী দৰ্শনৰ ক্ষেত্ৰত ভক্তই নতুন ইতিহাস ৰচিলে। প্রতিদিনে গড়ে প্রায় ২০ হেজাৰ ভক্তই পবিত্র গুহা দৰ্শন কৰি আহিছিল।
ADVERTISEMENT
চলিত তীর্থযাত্রাত অমৰনাথ দৰ্শনৰ পূৰ্বৰ সকলো অভিলেখ ভংগ হোৱাৰ সম্ভাৱনা আছে। অমৰনাথ যাত্ৰাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাটো প্রশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷