SC has taken a tough stance against Patanjali:পতঞ্জলিৰ সামগ্ৰী বন্ধ কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

patanjali

SC has taken a tough stance against Patanjali:

➡️যোগগুৰু ৰামদেৱৰ পতঞ্জলিৰ বিৰুদ্ধে কঠোৰস্থিতি সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

➡️পতঞ্জলিৰ সামগ্ৰী বন্ধ কৰাৰ নিৰ্দেশ ৷

➡️১৪ বিধ সামগ্ৰীৰ বিক্ৰী বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ ৷

➡️ন্যায়ালয়ে বাতিল কৰে উৎপাদনৰ অনুজ্ঞাপত্রও ৷

Exit mobile version