One-day Summer National Conference of the Union Ministry of Fisheries in Tamilnadu:তামিলনাডুৰ মাদুৰাইত কেন্দ্ৰীয় চৰকাৰৰ মীন মন্ত্ৰালয়ৰ এদিনীয়া গ্ৰীষ্মকালীন ৰাষ্ট্ৰীয় সন্মিলন 

keshab1

One-day Summer National Conference of the Union Ministry of Fisheries in Tamilnadu:

➡️তামিলনাডুৰ মাদুৰাইত কেন্দ্ৰীয় চৰকাৰৰ মীন মন্ত্ৰালয়ৰ এদিনীয়া গ্ৰীষ্মকালীন ৰাষ্ট্ৰীয় সন্মিলন ‘2024|

➡️মাডুৰাইৰ আইডিএ স্কুডাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্মিলন খন

➡️সন্মিলনত অংশগ্ৰহণ অসমৰ মীনমন্ত্ৰী কেশৱ মহন্তৰ |

➡️কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ উৎপাদন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয়  এই এদিনীয়া গ্ৰীষ্মকালীন ৰাষ্ট্ৰীয় সন্মিলন খন |

 

Exit mobile version