Caa:দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইনত মোহৰ মাৰিলে দিছপুৰেও

caauuu

Caa:

➡️দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইনত মোহৰ মাৰিলে দিছপুৰেও ৷

➡️অসমতো কাৰ্যকৰী হ’ল নাগৰিকত্ব সংশোধনী আইন ৷

➡️কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশনা জাৰি ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ।

➡️২০১৪ ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা ধৰ্মীয় বিতাড়িতই পাব নাগৰিকত্ব।

➡️হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে পাব নাগৰিকত্ব।

➡️২০১৫ ৰ পিছৰ সকলে নাপাব নাগৰিকত্ব ৷

➡️নাগৰিকত্ব লাভৰ বাবে মুকলি কৰা হৈছে প’ৰ্টেল।

➡️indiacitizenshiponline.nic.inত কৰিব পাৰিব আবেদন।

➡️কা’ বলবতৰ পিছত যোৱা চাৰি মাহত আবেদন কৰিছে আঠজন লোকে ৷

➡️এই কথা এক সংবাদমেলত সদৰে কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

➡️কা’ আন্দোলনকাৰীক তীব্ৰ কটাক্ষ ৷

➡️কা’ আন্দোলনত মৃত্যু হোৱা ৫ জন লোকৰ হিচাপ হ’ব।

Exit mobile version