Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব। স্বাস্থ্য সম্পর্কে সাৱধান হ’ব লাগিব। অধ্যয়নত মনোনিবেশ কৰা বাঞ্ছনীয়। বিয়া-বাৰুৰ কথাত আগনবঢ়াই ভাল। শুভ ৰং হালধীয়া।

বৃষ: পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব। চাকৰিত সাফল্য লাভৰ যোগ। প্রেমত সাবধান হ’ব। স্বাস্থ্য মধ্যমীয়া। চলা- ফিৰাত সাবধান হয়। শুভ ৰং বগা।

মিথুন: মানসিক অশান্তিত ভুগিব পাবে। বিবাহত সমস্যাৰ সন্মুখীন হ’ব লাগিব। কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক। চাকৰিয়ালৰ শুভ। শুভ ৰং ৰঙা।

কর্কট: অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত নতুন প্রস্তাৱ আহিব। অধ্যয়নত নিরুৎসাহ হোৱাৰ যোগ। শুভ ৰং ক’লা।

সিংহঃ পুৰণি ৰোগৰ উপশম হ’ব। ব্যৱসায় ভিত্তিক উত্থান-পতনে আর্থিক লাভৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্ৰেমত আনন্দ। বিদ্যাত সাফল্য। শুভ ৰং মেৰুণ।

কন্যা: পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব। ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে। পঢ়া-শুনাত চেষ্টা অব্যাহত ৰাখক। পিতৃ-মাতৃৰ প্রতি দায়িত্ব বাঢ়িব। ভ্রমণ কৰিব পাৰে। শুভ ৰং সেউজীয়া।

তুলা: মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব। সন্তানৰ ভালেই যাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ। মনোবল অটুট ৰাখিব। শুভ ৰং বগা।

বৃশ্চিক: সন্তানব ব্যক্তিত্বই আপোনাক গৌৰৱাম্বিত কৰিব। কৰ্মক্ষেত্ৰত সৰু-সুৰা সমস্যাৰ সন্মুখীন হ’ব পাবে। ঘৰুৱা শুভ। প্রেমত বাধা। শুভ ৰং ক্রীম।

ধনু : বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু-সুৰা বাধা আহির। কাম- কাজত নিয়মানুবর্তী হ’বলৈ চেষ্টা কৰক। বিদ্যাত জটিলতা। প্রেমত আনন্দ প্রাপ্তি। শুভ ৰং কমলা। আর্থিক দিশত উন্নতি লাভ

মকৰ : চাকৰিৰ ক্ষেত্ৰত সতর্ক হৈ চলা ভাল। কৰিব। বিবাহৰ যোগাযোগ। প্রেমত মধ্যম। শুভ ৰং নীলা। কুম্ভ: চাকৰি লাভৰ যোগ। বিদ্যাত খুব এটা বেয়া নহয়। পেটৰ অসুখে আমনি দিব পাৰে। প্ৰেমত শুভ। শুভ ৰং হালধীয়া।

মীন: বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু-সুৰা বাধা আহিব। কাম- কাজত নিয়মানুবর্তী হ’বলৈ চেষ্টা কৰক। প্ৰেমত আনন্দ। বিদ্যাত বাধা। শুভ ৰং ৰঙা। আনন্দ দিব। চাকৰিত সাফল্য লাভৰ যোগ। প্রেমত সাৱধান হ’ব। স্বাস্থ্য মধ্যমীয়া

Exit mobile version