Devastating Fire in Tinsukia:তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডত বিস্ফোৰণ এটা এলপিজি চিলিণ্ডাৰ, জুইত জাঁহ যায় গোবিন্দ চহৰীয়াৰ বাসগৃহ

FIRE 2

Devastating Fire in Tinsukia:

তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড ৷ ন-পুখুৰীৰ ৰাজা আলিপথত বুধবাৰে দুপৰীয়া সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় গোবিন্দ চহৰীয়া নামৰ লোকজনৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত দুটাকৈ এলপিজি চিলিণ্ডাৰ বিস্ফোৰিত হয় ৷

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

Exit mobile version