Four people were burnt to death in a transformer explosion in Guwahati:মহানগৰী বিৰুবাৰীত ভয়ংকৰ অঘটন

ব্যক্তিগত টেন্সফৰ্মাৰ বিস্ফোৰিত হৈ দুটা পৰিয়ালৰ চাৰিজন অগ্নিদগ্ধ

transformer 1

Four people were burnt to death in a transformer explosion in Guwahati:

➡️মহানগৰী বিৰুবাৰীত ভয়ংকৰ অঘটন ৷

➡️ব্যক্তিগত টেন্সফৰ্মাৰ বিস্ফোৰিত হৈ দুটা পৰিয়ালৰ চাৰিজন অগ্নিদগ্ধ ৷

➡️দুটি শিশু সহ চাৰিজন আহতক ভৰ্তি কৰা হয় জিএমচিএইছত ৷

➡️মাতৃ-কন্যাৰ অৱস্থা সংকটজনক ৷

➡️এটা নিৰ্মাণধীন এপাৰ্টমেণ্টৰ চৌহদত আছিল টেন্সফৰ্মাৰটো ৷

➡️টেন্সফৰ্মাৰটো বিস্ফোৰিত হৈ বাগৰি পৰিছিল পৰিয়ালটি বহি থকা বাহনৰ ওপৰত ৷

➡️বকোৰ পৰা পৰিয়ালসহ বিৰুবাৰীলৈ আলহী ঘৰলৈ আহিছিল ৰহিজুদ্দিন আহমেদৰ পৰিয়ালটো ৷

➡️কিন্তু ঘৰলৈ ওভতাৰ সময়তে সংঘটিত হয় এই কৰুণ ঘটনা ৷

➡️গাড়ীত উঠিবলৈ লওতেই বিস্ফোৰণ হয় ট্ৰান্সফৰ্মাৰ।

➡️মুহূৰ্ততে জুয়ে আৱৰি ধৰে বলেৰ’গাড়ীখন।

Exit mobile version