Potato trucks are banned from entering the Assam-Bengal border in Dhubri:ধুবুৰীৰ অসম-বংগ সীমান্তত আলুৰ ট্ৰাক প্ৰৱেশত বাধা

pateto

Potato trucks are banned from entering the Assam-Bengal border in Dhubri:

➡️ধুবুৰীৰ অসম-বংগ সীমান্তৰ বক্সিৰহাটৰ পৰা আলুৰ ট্ৰাক প্ৰৱেশত বাধা ।

➡️অসমত আলু ট্ৰাক প্ৰৱেশত বাধাৰোপ পশ্চিমবংগ আৰক্ষীৰ ।

➡️মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত এই বাধাৰোপ।

➡️বংগৰ সীমান্তত আবদ্ধ হৈ থকা কে’বাশ আলুভৰ্তি ট্ৰাকৰ দীঘলীয়া শাৰী ৷

➡️পশ্চিমবংগত হঠাতে শাক-পাচলিৰ মূল্যবৃদ্ধি ৰোধৰ বাবে এই পদক্ষেপ মমতা চৰকাৰৰ ৷

➡️প্ৰথমে নিজৰ ৰাজ্যৰ চাহিদা পূৰণ কৰিব তাৰ পিছত আন ৰাজ্যৰ ।

Exit mobile version