Ropex ship was stranded in the Brahmaputra:ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ৰ’পেক্স জাহাজ

SHIPS

Ropex ship was stranded in the Brahmaputra:

➡️ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ৰ’পেক্স জাহাজ ৷

➡️ৰ’পেক্স জাহাজ খন পুৱা ভাগত যাত্ৰা কৰিছিল মাজুলীৰ অফলামুখৰ পৰা ৷

➡️জাহাজ খনত যাত্ৰী সহ আছিল বাৰখন চাৰিচকীয়া বাহন আৰু ৪৯ খন মটৰ চাইকেল ৷

➡️আধাঘণ্টা সময় ধৰি আবদ্ধ হৈ আছিল ৰ’পেক্স খন ৷

➡️অৱশ্যে পিছত আভান্তৰীণ জল পৰিবহন আৰু এছ ডি আৰ এফ দলৰ তৎপৰতাত জাহাজ খন গন্তব্যস্থানলৈ ৰাওনা হয়।

Exit mobile version