Truck loaded with foreign liquor seized in Golaghat:গোলাঘাটৰ মক্ৰঙত জব্দ অবৈধ বিলাতী সুৰাভৰ্তি ট্ৰাক

liquar seized

Truck loaded with foreign liquor seized in Golaghat:

➡️গোলাঘাটৰ মক্ৰঙত জব্দ অবৈধ বিলাতী সুৰাভৰ্তি ট্ৰাক ।

➡️ঘিলাবাৰী আৰু মেৰাপানী আৰক্ষীৰ যৌথ অভিযানত জব্দ সুৰাখিনি ৷

➡️জব্দকৃত সুৰাখিনি মৰিয়নিৰ পৰা মেৰাপানী হৈ নাগালেণ্ডলৈ নিয়াৰ চেষ্টা সৰবৰাহকাৰীৰ ৷

➡️সুৰা সৰবৰাহৰ সম্পৰ্কত আটক সাতজন লোক ৷

➡️জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা।

➡️অধিক তথ্যৰ বাবে সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত আৰক্ষীৰ ৷

Exit mobile version