Bongaigaon:বঙাইগাঁৱৰ নোৱাগাঁৱত উদ্ধাৰ ২৫টাকৈ ফেটি সাপৰ পোৱালী

snake

Bongaigaon:

➡️বঙাইগাঁৱৰ নোৱাগাঁৱত উদ্ধাৰ ২৫টাকৈ ফেটি সাপৰ পোৱালী |

➡️কাৰ্তিক ওৰাও আৰু হৰি ৰাভাৰ নেতৃত্বত চলোৱা হয় এই উদ্বাৰ অভিযান |

➡️এখন গেলামাল আৰু কাপোৰৰ দোকানৰ পকী ফ্ল’ৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে সাপৰ পোৱালী কেইটা |

Exit mobile version